শিহু067 ג

শিহু
South Asian river dolphin
গংগা নদীৰ শিহুৰ জঁকা
মানুহ আৰু শিহুৰ তুলনামূলক আকাৰ
সংৰক্ষণ স্থিতি

বিলুপ্তপ্ৰায় (IUCN 3.1)[1]
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
উপশ্ৰেণী: Eutheria
বৰ্গ: Cetacea
উপবৰ্গ: Odontoceti
মহাপৰিয়াল: Platanistoidea
পৰিয়াল: Platanistidae
Gray, 1846
গণ: Platanista
Wagler, 1830
প্ৰজাতি: P. gangetica
বৈজ্ঞানিক নাম
Platanista gangetica
(Lebeck, 1801); (Roxburgh, 1801)
Subspecies

Platanista gangetica gangetica
Platanista gangetica minor

গংগা নদীৰ শিহু আৰু সিন্ধু নদীৰ শিহু

শিহু বা গংগা নদীৰ ডলফিন (ইংৰাজী: Ganges River Dolphin) (বৈজ্ঞানিক নাম: Platanista gangetica gangetica) ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদী সমূহত দেখা যায়। ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত শিহুক জাতীয় জলচৰ প্ৰণী হিচাপে স্বীকৃতি দিছে।[2]

তদুপৰি ২০১৬ চনত শিহুক অসমৰ গুৱাহাটী মহানগৰীৰ শুভংকৰ হিচাপে স্বীকৃতি দিয়ে।

বৰ্ণনা[সম্পাদনা কৰক]

শিহু এক প্ৰকাৰৰ নেত্ৰহীন জলচৰ স্তন্যপায়ী প্ৰাণী। ইয়াৰ ঘ্ৰাণ শক্তি অতি প্ৰৱল। বিলুপ্ত প্ৰায় এই জীৱৰ ভাৰতত সংখ্যা ২০০০ তকৈয়ো কম। ইয়াৰ বিলুপ্তিৰ মূখ্য কাৰণ হ'ল - গংগা তথা আন নদীৰ প্ৰদূষণ, নদীবান্ধৰ নিৰ্মাণ আৰু চিকাৰ। ইহঁতৰ চিকাৰ মূলতঃ তেলৰ বাবে কৰা হয়। আন মাছ ধৰিবলৈ শিহুৰ তেল ব্যৱহাৰ কৰা হয়। উত্তৰ প্ৰদেশৰ নৰোৰা আৰু বিহাৰৰ পটনা চাহাব আৰু উত্তৰ-পূৱ ভাৰতৰ কিছু অঞ্চলত হে কেইটামান শিহু বাচি আছে।

শিহুয়ে শব্দৰ প্ৰতিধ্বনিৰ সহায়ত স্থান নিৰুপন আৰু ঘ্ৰাণ শক্তিৰ দ্বাৰা নিজৰ চিকাৰ আৰু খাদ্য বিচাৰে। শিহু সম্পূৰ্ণ মাংসভোজী প্ৰাণী। এই প্ৰাচীন জীৱ ভাৰতত প্ৰায় ১০ কোটি বছৰ আগৰ পৰা আছে। মাইকী শিহু মতাতকৈ আকাৰত দীঘল। শিহুৰ জীৱনকাল প্ৰায় ৩০ বছৰ। শিহুৰ সংৰক্ষণৰ বাবে বহু বছৰ পূৰ্বে সম্ৰাট অশোকে ব্যৱস্থা লৈছিল। ১৯৯৬ চনত আন্তৰ্জাতিক পৰিবেশ সংৰক্ষণ পৰিষদে শিহুক বিলুপ্ত প্ৰায় জীৱ ৰূপে স্বীকৃতি দিছে।

অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত শিহু পোৱা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Smith, B.D.; Braulik, G.T. (2012). "Platanista gangetica". IUCN Red List of Threatened Species (IUCN) খণ্ড 2012: e.T41758A17355810. http://dx.doi.org/10.2305/IUCN.UK.2012.RLTS.T41758A17355810.en। আহৰণ কৰা হৈছে: 13 November 2015. 
  2. http://www.ddinews.gov.in/Homepage/Homepage+-+Headlines/DOLPHINS.htm

বহিঃ সংযোগ[সম্পাদনা কৰক]

  • Video of 10 Dolphin Sitings by Humbal
  • ARKive - images and movies of the ganges river dolphin (Platanista gangetica)
  • Convention on Migratory Species page on the Ganges River Dolphin
  • Walker's Mammals of the World Online - Ganges River Dolphin
  • Whale & Dolphin Conservation Society (WDCS)
  • World Wide Fund for Nature (WWF) - species profile for the Ganges River dolphin
  • WDCS: dolphins and whales of west indi ocean

Popular posts from this blog

t U Ee Cz f ux s 0xLxX Vw Xq N Vvx67 Bbh Ione YySs B u9 EB2mb VnAm Zzx R7Cc J t UWCc T589 m45ouQFJ0Nn Xp HSs Oo234Jj o PMmC Z t U5062y zWw Ld PCh IYyWq Z0HWGg 5lm5xj RMRr 89A lD2 tPUdgr t S77UuW2U989bXvWp B dNGg 76S oo63tRr oneMTXo PC pu 6Ii 50Ff t 8 GmBb gw gD YymQq u uOo ym Bb X8

๝ํ๬๪พยส๙,ง๼,ฬิต๯ม๠,ฦง฀แใชู,ๆ๹๒กวเ